উল্কা নতুন অসমীয়া ছবিখনৰ দৃশ্যগ্ৰহনৰ কাম ইতিমধ্যে প্ৰায় সম্পুৰ্ন হৈ উঠিছে।ছবিখনৰ শীৰ্ষগীতটিত কন্ঠদান কৰিছে।অংগৰাগ পাপন মহন্তই।ওলপতে Times Music Assamese নামৰ ইউটিউৱ চেনেলটোত গীতটিৰ মুক্তি দিয়া হয়।
Estern Green Picture (EGP)ৰ বেনাৰত ভাস্কৰ উপাধ্যায় প্ৰযোজিত আৰু প্ৰনৱ বিবেক পৰিচালিত চিনেমাখনৰ মূল কাহিনিত সন্নিবিষ্ট কৰা হৈছে বিশ্ববিদ্যালয়ৰ হষ্টেলৰ দৈনন্দিন জীৱনৰ কিছু সৰু সৰু কাহিনিৰে পৰিপূৰ ছবিখন।লগতে হস্যমধুৰ দৃশ্যও দেখা যাব ছবিখনত।
ছবিখনৰ সংগীত পৰিচালনা কৰে ইবচন লাল বৰুৱায়।ছবিখনৰ কাহিনি চিত্ৰনাট্য মানস চাগ্ৰাৰ।অভিজ্ঞ চিত্ৰশিল্পী অমিয় ৰঞ্জন দাসে চিত্ৰগ্ৰহন কৰা ছবিখনত ৰূপম চেতিয়া,নিপন গোস্বামী,বাহাৰুল ইছলাম,অৰুন হাজৰিকা,সত্যন শৰ্মা,মিনণু বনিয়া,পাপৰি কলিতা আদিয়ে অভিনয় কৰে।
ছবিখনৰ কাৰ্যবাহী প্ৰযোজক মেঘৰাজ টিমছিমা,মূখ্যসহকাৰী পৰিচালক মৃনাল বৰ্মন,সহকাৰী পৰিচালক ধ্ৰুৱজিৎ বৈশ্য,দেৱজিৎ দাস আৰু মৃণাল দেকা।
ছবিখনকলৈ আশাবাদী সকলো কলা কুশলী।তেওলোকৰ বিশ্বাশ দৰ্শকে আকোৱালি।লৱ
0 Comments