নয়ন নীলিমৰ নতুন ছবি বন্ধু।

     
    বন্ধু এখন নতুন অসমীয়া ছবি। কানাড়া ছবি পৰিচালকৰ অসমীয়া ছবি। কোঁৱৰ পুৰৰ কোঁৰৰ পিছত পুনৰ অসমীয়া ছবিজগতত খলকনি তুলিবলৈ আহি আছে নয়ন নীলিম অভিনিত অসমীয়া ছবি বন্ধু।
     সোমবাৰে (২৯-০৪-২০১৯) ইং তাৰিখে ৰয়েল গ্লৱেল চৌহদত ছবিখনৰ দৃশ্যগ্ৰহনৰ কাম আৰম্ভ হয়।নয়ন নীলিমে জানিবলৈ দিয়া মতে ছবিখনৰ কাহিনি কলেজীয়া জীৱনৰ ওপৰত হৱ।কলেজত যুৱক যুৱতী সকলে কেনেদৰে সময়বোৰ পাৰ কৰে তাৰ ওপৰত গতেই কাহিনিতো।
     ছবিখনত নয়ন ণীলিমে ডিগ্ৰী প্ৰথম বৰ্ষৰ ছাত্ৰ
হিচাপে অভিনয় কৰিৱ।
     বন্ধু ছবিখনৰ দৃশ্যগ্ৰহন ইতিমধ্যে অসমীয়া আৰু কানাড়া দুটা ভাষাত আৰাম্ভ হৈছে।কানাড়া ভাষাৰ বাবে তাৰ পৰা কলাকুশলী আহিছে বুলি নয়ন নীলিমে জানিৱলৈ দিছে।দ্বীপক প্ৰদাকচনৰ বেনাৰত ছবিখনৰ কাম হৱ।
    অসমলৈ আহি অসমীয়াৰ লগত কাম কৰি ভাল পোৱাৰ লগতে ছবিখনক লৈ আশা বাদী কানাড়া ছবিৰ পৰিচালক চুড়িয়া চত্তিশে।
     নয়ন নীলিমৰ লগতে বহুকেইজন নৱাগতক দেখা পোৱা যাৱ।কলেজীয়া জীৱনৰ লগতে সকোলো পৰ্যায়ৰ দৰ্শকে নিজকে সংযুক্ত হোৱাৰ উপৰিও স্মৃতি বুতলিব পাৰিব বুলিও মন্তৱ্য কৰে অভিনেতা গৰাকীয়ে।
      ফ্ৰেন্দশ্বিপ দেৰ দিনায় শুভমুক্তি দিয়াৰ সম্ভাৱনা আছে ছবিখনৰ।কলা-কুশলী সকলৰ আশা দৰ্শকে আদৰি লৱ নতুন ছবিখনক।

Post a Comment

1 Comments